सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ
उदाहरण : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়
पर्यायवाची : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, অভেদ, একতা, একৰূপতা, ঐক্য, মিল, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য
अर्थ : সমান বা তুল্য হোৱা অৱস্থা
उदाहरण : আমাৰ সৈতে আপোনাৰ কি তুলনা কৰোঁ
पर्यायवाची : তুলনা, সমানতা, সাম্যতা
अर्थ : কোনো বস্তুৰ গুণ, মান আদিৰ ওপৰত নির্ভৰ কৰি এটাতকৈ আনটো কম-বেছি বা ভাল-বেয়া বিচাৰ কৰা:ৰামৰ তুলনাত শ্যাম বেছি চতুৰ
उदाहरण :
पर्यायवाची : উপমা, তুলনা, পাটন, ৰিজনি
अर्थ : জোখা কার্য ্বা ভাব
उदाहरण : আপোনাৰ তুল্যতা সমান হোৱা নাই
इंस्टॉल करें