अर्थ : খাতা আদিত লিখা কার্য
उदाहरण :
বকেয়া ধনৰাশি আপোনাৰ খাতাত লিপিবদ্ধ কৰা হৈছে
पर्यायवाची : অন্তর্ভুক্ত ্কৰা, লিপিবদ্ধ কৰা
अर्थ : (সংগীত) স্বৰ তীব্র কৰা
उदाहरण :
গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে
पर्यायवाची : উঠোৱা