अर्थ : কোনো মানুহে একো কাম কৰিব নোৱাৰাকৈ ভয় খুওৱা কার্য
उदाहरण :
ডকাইতে গাঁওবাসীক বোমা দলিয়াই সন্ত্রাসিত কৰিলে
पर्यायवाची : আতংকিত কৰা, আতঙ্কিত কৰা, ত্রাসিত কৰা, পেপুৱা লগা, ভয়ার্ত ্কৰা, শংকিত কৰা, শঙ্কিত কৰা, সন্ত্রাসিত কৰা