अर्थ : ছিঁৰালৰ নিচিনা এবিধ পানীৰ পৰিমাণ বেছি থকা ফল
उदाहरण :
খেতিয়কে বালি মাটিত তৰমুজৰ খেতি কৰিছে
पर्यायवाची : তর্মুজ
अर्थ : এবিধ লতাজাতীয় গছৰ পৰা পোৱা গোলকাৰ খাদ্যফল
उदाहरण :
গৰমত তৰমুজ বেছিকৈ পোৱা যায়
अर्थ : একপ্রকাৰৰ ডাঙৰ, গোলাকাৰ লাওজাতীয় খাদ্যোপযোগী ফল
उदाहरण :
নদীৰ পাৰত বহুত তৰমুজৰ গছ আছে
पर्यायवाची : তৰবুজ
अर्थ : এবিধ ডাঙৰ, শকত আৰু গোলাকাৰ ফল যাৰ মঙহ ৰঙা আৰু গুটি কʼলা ৰঙৰ
उदाहरण :
গৰমৰ দিনত তৰমুজ বহুত পোৱা যায়