सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ষোল্লৰ পৰা পয়ত্রিশ বছৰ বয়সৰ ভিতৰৰ পুৰুষ
उदाहरण : ভাৰতীয় যুৱকসকল পাশ্চাত্য সংস্কৃতিৰ ধামখুমীয়াত উটি ভাহি গৈছে
पर्यायवाची : জোৱান, যুৱ, যুৱক
अर्थ : ষোল্লৰ পৰা পয়ত্রিশ বছৰলৈকে এক অৱস্থা
उदाहरण : তেখেতৰ দুজন ডেকা লʼৰা আমেৰিকাত থাকে
पर्यायवाची : ডেকা, যুৱক, যুৱা
अर्थ : যি প্রবীণ নহয়
उदाहरण : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে
पर्यायवाची : নতুন, নবাগত, নবীন
इंस्टॉल करें