पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से থকা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

থকা   বিশেষ্য

अर्थ : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য

उदाहरण : যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়

पर्यायवाची : থাকি যোৱা

থকা   ক্ৰিয়া

अर्थ : সত্তা, অস্তিত্ব, উপস্থিতি আদি সূচোৱা প্রধান তথা সকলোতকৈ অধিক প্রচলিত ক্রিয়া

उदाहरण : ৰমা সেই কোঠাটোত আছে

अर्थ : বেয়া হৈ নোযোৱা

उदाहरण : ৰিফ্রিজাৰেটৰত বস্তুবোৰ ভালেমান দিন ধৰি থাকে

अर्थ : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলাই যোৱা কার্য

उदाहरण : মাকে জীয়েকক বুজাই কʼলে যে তুমি কেনেদৰে শহুৰৰ ঘৰত থাকিবা

पर्यायवाची : নির্বাহ কৰা

अर्थ : কোনো বস্তু, ঠাই আদিত ৰখা বা তাৰ অন্তর্গত ্হোৱা

उदाहरण : টেংকিত পানী আছে এই বটলত পানী আছে

अर्थ : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা

उदाहरण : হিমালয় ভাৰতৰ উত্তৰ দিশত আছে

पर्यायवाची : স্থিত হোৱা, হোৱা

अर्थ : কʼৰবাত আশ্রয় লোৱা

उदाहरण : আমি দিল্লীলৈ গʼলে শর্মাদেৱৰ তাত থাকোঁ

अर्थ : স্থিত হোৱা

उदाहरण : এই নগৰখন গংগা নদীৰ তীৰত আছে

पर्यायवाची : অৱস্থিত থকা

अर्थ : (জীৱন-যাপনৰ বাবে) বসবাস কৰা

उदाहरण : এই শ্রমিকসকল ওচৰৰ বস্তিত বাস কৰে

पर्यायवाची : বসতি কৰা, বাস কৰা

चौपाल