पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से থু থু কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

থু থু কৰা   ক্ৰিয়া

अर्थ : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা

उदाहरण : তেওঁ ্সদায় আনৰ নিন্দা কৰে

पर्यायवाची : আঙুলি উঠোৱা, ঠাট্টা কৰা, নিন্দা কৰা, বেয়া কৰা

अर्थ : বৰ ঘৃণা প্রকাশ কৰা

उदाहरण : তোমাৰ কর্মৰ ্ কাৰণেই আজি সকলোৱে তোমাক থু থু কৰে

पर्यायवाची : থু পেলোৱা, থুওৱা

अर्थ : বাৰে বাৰে থু পেলোৱা

उदाहरण : চাদা খাই তেওঁ থু থু কৰি আছে

पर्यायवाची : থু পেলাই থকা, থুওৱা, পিকোৱা

चौपाल