अर्थ : বাৰে বাৰে থু পেলোৱা
उदाहरण :
চাদা খাই তেওঁ থু থু কৰি আছে
पर्यायवाची : থু থু কৰা, থু পেলাই থকা, পিকোৱা
अर्थ : মুখেৰে থুই বা মুখত লোৱা কোনো বস্তু বাহিৰলৈ জোৰেৰে উলিয়াই দিয়া কার্য
उदाहरण :
তেওঁ ্ পাণ খাই মোৰ চোলাটোতে থুৱাই দিলে
पर्यायवाची : থুই পেলোৱা, থুৱাই দিয়া, পিকোৱা