सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কুৰূপ, ক্রুৰ আৰু কাজিয়া কৰি ভাল পোৱা স্ত্রী
उदाहरण : দন্দুৰী হোৱাতো সহজ কিন্তু শিষ্টাচাৰী হোৱাটো কঠিন
पर्यायवाची : ডাইনী, ডাকিনী
अर्थ : কর্কশ ্ স্বভাৱৰ নাৰী বা যি নাৰীয়ে কাজিয়াকে কৰি থাকে
उदाहरण : কি কি কৰি যে মই এগৰাকী দাংকাটি মহিলাৰ বাচিলো
पर्यायवाची : উগ্র নাৰী, কর্কশ ্নাৰী, খঙাল তিৰোতা, দন্দুৰী তিৰোতা, দাংকাটি, দাংকাটি মহিলা, মুখৰা তিৰোতা
अर्थ : যি ্কর্কশ ্স্বভাৱৰ বা যিয়ে কাজিয়া কৰি থাকে
उदाहरण : মনোহৰ এজনী উগ্রা নাৰীৰ পাল্লাত পৰিল
पर्यायवाची : উগ্রা, কাজিয়াখোৰ
इंस्टॉल करें