पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দবকামৰ অৱস্থা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দবকামৰ অৱস্থা   বিশেষ্য

अर्थ : পাৰস্পৰিক বিবাদৰ ফলত হোৱা সেই অৱস্থা যেতিয়া দুটা পক্ষই নিজৰ কথাত আঁকোৰগোজ হৈ থাকে আৰু মিলা-মিছা কৰি দিয়াৰ কোনো পথ বিচাৰি পোৱা নাযায়

उदाहरण : কোনো এজনে সৰু হৈ দিয়াৰ অবিহনে এই অচলাৱস্থাৰ পৰিসমাপ্তি নঘটে

पर्यायवाची : অচলাৱস্থা

चौपाल