पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দর্শন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দর্শন   বিশেষ্য

अर्थ : দেখা কার্য

उदाहरण : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়

पर्यायवाची : অৱলোকন, চোৱা-, দৃষ্টিপাত, নেত্রপাত, বিলোকন, লক্ষ্য

अर्थ : শ্রদ্ধা, ভক্তি আৰু বিনম্রতাপূর্বক দেৱতা, দেৱমূর্তি অথবা ডাঙৰক কৰা সাক্ষাৎকাৰ

उदाहरण : আমি সাধুবাবাৰ দর্শনৰ ্বাবে গৈ আছোঁ

पर्यायवाची : দৰশন

अर्थ : দেখা অৱস্থা বা ভাব

उदाहरण : এই বস্তুটো দেখনত ভাল

पर्यायवाची : অৱলোকন, চাৱনি, দেখন, ্চাৱন

अर्थ : প্রকৃতি, আত্মা, পৰমাত্মা আৰু জীৱনৰ অন্তিম লক্ষ্য আদিৰ বিচাৰ বিবেচনা কৰা এক বিচাৰধাৰা

उदाहरण : বৌদ্ধ দর্শন অনুসৰি সংসাৰ ক্ষণভঙ্গুৰ

पर्यायवाची : ্তত্ত্বজ্ঞান

अर्थ : কোনো ব্যক্তি, বস্তু আদিৰ প্রতি চকুৰদ্বাৰা ওপজা বোধ

उदाहरण : কামৰ ব্যস্ততাৰ কাৰণে এমাহ ধৰি দেউতাৰ দর্শন ্হোৱা নাই

पर्यायवाची : দৰশন

चौपाल