पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দল   বিশেষ্য

अर्थ : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়

उदाहरण : লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে

पर्यायवाची : পাহি

अर्थ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

उदाहरण : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

पर्यायवाची : গণ, গোট, জাক, জুম, দʼম, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

अर्थ : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

उदाहरण : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

पर्यायवाची : পক্ষ, পার্টী

अर्थ : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব

उदाहरण : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে

पर्यायवाची : পত্র, পর্ণ, পাত

अर्थ : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

उदाहरण : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

पर्यायवाची : মণ্ডল, মণ্ডলী, সংগঠন

अर्थ : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

उदाहरण : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি

पर्यायवाची : পার্টী, মণ্ডলী, সংঘ, সঙ্ঘ

अर्थ : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ

उदाहरण : তেওঁ ্খাই উঠি পার্টীত যোগ দিলে

पर्यायवाची : পার্টী

अर्थ : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ

उदाहरण : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে

पर्यायवाची : জাক

अर्थ : লগুৱা-লিকচৌ আৰু পাৰিষদ আদি

उदाहरण : ৰজাই নিজৰ পাৰিষদ্্বর্গৰ লগত চিকাৰলৈ ওলাইছে

पर्यायवाची : পাৰিষদ্্বর্গ, ্গোট

चौपाल