पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দলিওৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দলিওৱা   ক্ৰিয়া

अर्थ : দলিয়াই দিয়া

उदाहरण : তেওঁক ্ৰেলগাড়ীৰ পৰা দলিয়ালে

अर्थ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া

उदाहरण : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল

पर्यायवाची : নিক্ষেপ কৰা, পেলাই দিয়া, ভৰোৱা

अर्थ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা

उदाहरण : ডাষ্টবিনত জাবৰ পেলোৱা হয়

पर्यायवाची : দলিয়া, নিক্ষেপ কৰা, পেলোৱা

अर्थ : কোনো বস্তু, ব্যক্তি বা কোনো অংশক জোৰেৰে ওখ ঠাইৰ পৰা তলৰফালে পেলোৱা

उदाहरण : লʼৰাটোৱে খেলনাটো দলিয়ালে

पर्यायवाची : লদিওৱা

अर्थ : আনৰ হতুৱাই দলিয়া

उदाहरण : মালিকনীয়ে চাকৰণীৰ হতুৱাই জাবৰ দলিওৱালে

चौपाल