सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : * বিষন্নতা বা উত্তেজনাৰ অৱস্থা
उदाहरण : তেওঁ এই সময়ত এনে অৱস্থাত আছে যে তেওঁৰ লগত তর্ক ্কৰা ঠিক নহʼব
पर्यायवाची : অৱস্থা, স্থিতি
अर्थ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
उदाहरण : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
पर्यायवाची : অৱস্থা, গতি, গতিক, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
अर्थ : মানুহৰ জীৱনত বেলেগ বেলেগ গ্রহৰ নিশ্চিত ভোগকাল
उदाहरण : এতিয়া মোৰ গ্রহৰ দশা বৰ ভাল চলি আছে
पर्यायवाची : গ্রহ দশা, গ্রহৰ দশা
इंस्टॉल करें