पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দাঁত शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দাঁত   বিশেষ্য

अर्थ : মানুহৰ মুখত পোৱা দাঁত যাৰ সংখ্যা বত্রিশটা

उदाहरण : তেওঁ পুৱা-গধূলি নিজৰ ্দাঁত পৰিষ্কাৰ কৰে

पर्यायवाची : দন্ত বিন্যাস

अर्थ : মুখৰ ভিতৰত তলে-ওপৰে দুশাৰী হৈ থকা সৰু জোঙা আহাৰ চোবোৱা হাড়ৰ অঙ্গ

उदाहरण : দুর্ঘটন্াত তেওঁৰ্ কেইবাটাও দাঁত সৰিল

पर्यायवाची : দংষ্ট্র, দন্ত, দন্তক, দশন, বিষাণ

अर्थ : দাঁতৰ আকাৰৰ কোনো বস্তুৰ ওলাই থকা অংশ বিশেষ

उदाहरण : এই ফনীখনৰ ভালেকেইটা দাঁত ভাঙি থাকিল

चौपाल