सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মহাৰ লʼৰা
उदाहरण : ৰাম মোৰ ভাই (মহাৰ লʼৰা)
पर्यायवाची : ভাই, ভাইটি, মহাৰ লʼৰা
अर्थ : জেঠোদেউৰ পুতেক
उदाहरण : মোৰ জেঠোদেউৰ লʼৰাটো অভিযন্তা
पर्यायवाची : জেঠোদেউৰ লʼৰা, ভাইটি
अर्थ : কোনো কাৰণ নোহোৱাকৈ কাজিয়া কৰা বা মাৰপিট কৰালোক
उदाहरण : দাৰোগাই আজি চাৰিআলিত এটা গুণ্ডাক ধৰি খুউব পিটিলে
पर्यायवाची : গুণ্ডা, বজ্জাত, বদমাচ, বদমাছ
अर्थ : যিজন ভায়েকে প্রথমে জন্ম লৈছে
उदाहरण : শ্যামৰ ককায়েক অধ্যাপক
पर्यायवाची : অগ্রজ, ককাই, ককাইদেউ
इंस्टॉल करें