अर्थ : টকা-পইচা সংগ্রহ কৰা পাত্র বিশেষ
उदाहरण :
তেওঁ ্সদায় দানপাত্রত দহ টকা দিয়ে
पर्यायवाची : দানপাত্র
अर्थ : দানৰ টকা-পইচা থোৱা বা দিয়া কোনো পাত্র বা আধাৰ
उदाहरण :
তেওঁ মন্দিৰৰ দান-পাত্রত এশ টকা দিলে
पर्यायवाची : দান পাত্র
अर्थ : লোহা বা কাঠেৰে সজা একধৰণৰ বাকচ যাক সার্বজনীন বা ৰাজহুৱা স্থান আদিত দান কৰা ধন ৰাখিবৰ কাৰণে থোৱা হয়
उदाहरण :
তেওঁ ্দানপাত্রত এশ টকা দিলে
पर्यायवाची : দানপাত্র
अर्थ : যিজন ব্যক্তি দান পোৱাৰ বাবে উপযুক্ত
उदाहरण :
দান কেৱল দান-পাত্রকহে প্রদান কৰা উচিত
पर्यायवाची : দান পাত্র