अर्थ : তত্ত্ব বা কোনো সিদ্ধান্ত সম্পর্কে ্জ্ঞাত ব্যক্তি
उदाहरण :
এই সভাখনত ডাঙৰ ডাঙৰ তত্ত্ববেত্তাই অংশগ্রহণ কৰিছে
पर्यायवाची : তত্ত্বজ্ঞ, তত্ত্ববেত্তা, দর্শনবিদ
अर्थ : যাৰ দর্শনৰ ্জ্ঞান আছে
उदाहरण :
দার্শনিক আৰস্তু এজন ৰাজনীতিজ্ঞও আছিল
अर्थ : দর্শন ্শাস্ত্রৰ সৈতে সম্বন্ধ থকা
उदाहरण :
তেওঁ ্দার্শনিক গ্রন্থৰ আলোচনা কৰিলে
पर्यायवाची : ্দর্শন্্শাস্ত্রীয়