अर्थ : যিজনে পথপ্রদর্শন ্কৰায়
उदाहरण :
এজন সচা পথপ্রদর্শকে পথভ্রষ্ট লোকসকলক শুদ্ধ পথলৈ আনেআমাৰ গুৰু এজন শুদ্ধ দিগ্্দর্শক
पर्यायवाची : পথপ্রদর্শক
अर्थ : যিজনে ৰাষ্টা দেখুৱায় দিয়ে
उदाहरण :
এজন ভাল পথপ্রদর্শকৰ নেতৃত্বত আমি আগবাঢ়িছিলোঁ
पर्यायवाची : পথপ্রদর্শক, ্মার্গদর্শক
अर्थ : দিশা দর্শোৱা বা সূচিত কৰোঁতা
उदाहरण :
জাহাজত দিক্-সূচক যন্ত্র লগোৱা থাকে
पर्यायवाची : দিক্-সূচক