पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দিন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দিন   বিশেষ্য

अर्थ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন

उदाहरण : সোমবাৰ সপ্তাহৰ প্রথম দিন

पर्यायवाची : অহ্ন, দিৱস, বাসৰ, বাৰ

अर्थ : নিশ্চিত বা উচিত সময়

उदाहरण : আজি মোৰ লʼৰাটোৰ জন্ম দিন

पर्यायवाची : দিৱস

अर्थ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি

उदाहरण : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়

पर्यायवाची : অহ, অহ্ন, দিনা, দিবা, দিৱস, বাসৰ, বাৰ, ৰোজ

अर्थ : ভাল সময়

उदाहरण : সকলোৰে সুদিন আহে

पर्यायवाची : সুদিন

अर्थ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়

उदाहरण : এদিনত আঠটা প্রহৰ থাকে

पर्यायवाची : তিথি, দিৱস

अर्थ : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে

उदाहरण : কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো

अर्थ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা

उदाहरण : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়

पर्यायवाची : দিৱস

अर्थ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়

उदाहरण : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???

पर्यायवाची : কাল, যুগ

चौपाल