पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দিৱস शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দিৱস   বিশেষ্য

अर्थ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন

उदाहरण : সোমবাৰ সপ্তাহৰ প্রথম দিন

पर्यायवाची : অহ্ন, দিন, বাসৰ, বাৰ

अर्थ : নিশ্চিত বা উচিত সময়

उदाहरण : আজি মোৰ লʼৰাটোৰ জন্ম দিন

पर्यायवाची : দিন

अर्थ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি

उदाहरण : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়

पर्यायवाची : অহ, অহ্ন, দিন, দিনা, দিবা, বাসৰ, বাৰ, ৰোজ

अर्थ : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ

उदाहरण : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে

पर्यायवाची : তিথি, বার্ষিকী, ্পর্ব

अर्थ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়

उदाहरण : এদিনত আঠটা প্রহৰ থাকে

पर्यायवाची : তিথি, দিন

अर्थ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা

उदाहरण : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়

पर्यायवाची : দিন

चौपाल