अर्थ : আৰতিৰ সময়ত জ্বলাই লোৱা চাকিৰ সমূহ
उदाहरण :
আৰতিৰ সময়ত পুজাৰীৰ এখন হাতত দীপকমালা আৰু আনখন হাতত ঘন্টা আছিল
पर्यायवाची : দীপকমালা
अर्थ : জ্বলি থকা দীপকৰ শাৰী
उदाहरण :
দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
पर्यायवाची : দীপাৱলী