पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দুৰাচাৰী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দুৰাচাৰী   বিশেষ্য

अर्थ : দুষ্ট বা মিছলীয়া ব্যক্তি

उदाहरण : দুর্জনৰ সংগৰ ্পৰা আঁতৰি থাকিবা

पर्यायवाची : খল, দুর্জন, দুৰাত্মা, বেয়া মানুহ, শঠ, ্হাৰামি

দুৰাচাৰী   বিশেষণ

अर्थ : দুষ্কর্ম কৰোতা বা যি ভাল কাম নকৰে

उदाहरण : দুষ্কর্মলৈ ভয় কৰিবা, কিন্তু ্দুষ্কর্মী লোকলৈ নহয়

पर्यायवाची : কু-কর্মক্াৰী, খল, দুষ্কর্মী, দুষ্কার্যক্াৰী, দুষ্কৃতিকাৰী, ্অপকর্মী, ্দুষ্কর্মক্াৰী

अर्थ : যি পাপ কৰে বা পাপ কৰোতা

उदाहरण : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

पर्यायवाची : অধম, অনাচাৰী, দুষ্টাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী

अर्थ : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ

उदाहरण : চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ

पर्यायवाची : চৰিত্রহীন, দুশ্চৰিত্র, ভ্রষ্টাচাৰী

चौपाल