सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
उदाहरण : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
पर्यायवाची : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, সুকঠিন
अर्थ : যিটো কৰিবলৈ কঠিন
उदाहरण : হিমালয় পর্বত আৰোহণ কৰাটো কার্য
पर्यायवाची : দুঃসাধ্য, দুষ্কৰ
अर्थ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
उदाहरण : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
पर्यायवाची : অসহজ, কঠিন, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, বিচল
अर्थ : যিটো সোনকালে বুজি পোৱা নাযায়
उदाहरण : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব
पर्यायवाची : অবোধগম্য, কঠিন, টান
अर्थ : যিটো গম্য নহয় বা যাব নোৱাৰা
उदाहरण : আমি ্ দুর্গম পথৰ পথিক
पर्यायवाची : অগম্য, কঠিন, দুর্গম, দুর্গম্য, দুৰধিগম্য
इंस्टॉल करें