अर्थ : কঠিন হোৱা অৱস্থা বা ভাব
उदाहरण :
সাহসী লোকৰ জীৱনত কঠিনতা অহাৰ পিছতো অলপো বিচলিত নহয়
पर्यायवाची : কঠিনতা
अर्थ : কোনো কাম কৰোতে বাধা পোৱা স্থিতি
उदाहरण :
এনেকুৱা পৰিস্থিতিত কাম কৰিবলৈ মই অসুবিধা পাওঁ
पर्यायवाची : অসুবিধা, কঠিনতা, কষ্টসাধ্যতা