पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দূৰদর্শন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দূৰদর্শন   বিশেষ্য

अर्थ : ঘৰতে বহি আহিলাৰ সহায়ত অন্যান্য ঠাইত সংঘটিত হোৱা দৃশ্যাৱলী দেখিবলৈ পোৱা এক ধৰণৰ প্রণালী

उदाहरण : দূৰদর্শনে দেশ-বিদেশত সংঘটিত হৈ থকা ঘটনাৱলী পোনপটীয়াভাৱে প্রচাৰ কৰি জনসাধাৰণৰ কাষলৈ লৈ যায়

पर्यायवाची : দূৰদর্শন-্প্রণালী

अर्थ : দূৰত সংঘটিত হোৱা ঘটনাৰাজিৰ দৃশ্য দেখা পোৱা এক ধৰণৰ আহিলা

उदाहरण : দূৰদর্শন মনোৰঞ্জনৰ এক উত্তম আহিলা

पर्यायवाची : টিভি, টেলিভিছন, টেলিভিশ্বন

चौपाल