अर्थ : দৃঢ় হোৱা অৱস্থা বা ভাব
उदाहरण :
ৰামৰ এই কামটোৰ কাৰণে আমাৰ সম্পর্কত আৰু দৃঢ়তা আহি পৰিল
पर्यायवाची : স্থিৰতা
अर्थ : ধ্যানেৰে পূর্ণ ্ অৱস্থা বা ভাব
उदाहरण :
সৰিতাই সকলো কাম একাগ্রতাৰে কৰে
पर्यायवाची : একনিষ্ঠা, একাগ্রচিত্ততা, একাগ্রতা, ঐকান্তিকতা, ধ্যানপূর্ণত্া, নিবিষ্টচিত্ততা, নিবিষ্টতা, মগ্নতা, মনোযোগ