पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দৃঢ়তাৰে शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দৃঢ়তাৰে   ক্ৰিয়া বিশেষণ

अर्थ : দৃঢ়তা সহকাৰে

उदाहरण : তেওঁ দৃঢ়তাৰে প্রহাৰ কৰিলে

पर्यायवाची : জোৰকৈ, জোৰেৰে, দৃঢ়তাপূর্বক, দৃঢ়ভাৱে

अर्थ : ইচ্ছা বা সংকল্পৰ সৈতে

उदाहरण : মই দৃঢ়তাৰে কৈছো যে এই কামটো কৰিহে মই স্বস্তিৰ নিশ্বাস লʼম

पर्यायवाची : দৃঢ়তাপূর্বক, দৃঢ়ভাৱে, নিশ্চয়তাৰে, সংকল্পসহিতে, সংকল্পৰ সৈতে

चौपाल