पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দেখনিয়াৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দেখনিয়াৰ   বিশেষণ

अर्थ : দর্শন ্কৰা বা দেখাৰ যোগ্য

उदाहरण : তেওঁ দর্শনীয় ঠাইবোৰ চাবলৈ গৈছে

पर्यायवाची : অৱলোকনীয়, চকুত লগা, দর্শনীয়

अर्थ : যি দেখিবলৈ আকর্ষণীয় বা যাৰ অৱয়ব ভাল:তেওঁৰ ্ লʼৰাটো বৰ ধুনীয়া

उदाहरण :

पर्यायवाची : চকু জুৰোৱা, চকুত চমকল লগোৱা, চকুত লগা, ধুনীয়া, নয়ন জুৰোৱা, নয়নাভিৰাম, বিতোপন, মোহনীয়া, সুন্দৰ, সোণাৰি-গঢ়ী, ৰূপহ

चौपाल