अर्थ : কোনো বস্তু বা কার্য আদিৰ ফালে ইংগিত কৰা
उदाहरण :
মায়ে মোক আকাশত ধ্রুৱ তৰাৰ স্থিতি দেখুৱালে
पर्यायवाची : নির্দেশ ্কৰা
अर्थ : কোনো ব্যক্তি, পদার্থ ্ বা কাম-কাজ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ বা গুণ আদিৰ জ্ঞান লাভ কৰা
उदाहरण :
তেওঁৰ নতুন ঘৰটো আমাক দেখুৱালে
पर्यायवाची : দর্শন ্ কৰা, দেখুৱা
अर्थ : অনুভৱ কৰোৱা
उदाहरण :
ভাগ্যই আমাক বহুত বেয়া দিন দেখুৱালে
अर्थ : * কৃত্রিমভাৱে প্রস্তুত কৰা বা দেখুওৱা বা আনৰ নিচিনাকৈ অভিনয় কৰা
उदाहरण :
শীলাই নিজকে অভিনেত্রী যেন দেখুৱায়
पर्यायवाची : প্রদর্শন ্কৰা
अर्थ : অনুসন্ধান বা নিৰীক্ষণ কৰা
उदाहरण :
আপুনি ৰোগীজনক ডাক্তৰক দেখুৱালে নেকি ?
अर्थ : নিৰীক্ষণ কৰোৱা কার্য
उदाहरण :
প্রত্যক্ষদর্শীয়ে পুলিচক হত্যা হোৱা ঠাইখিনি দেখুৱালে
पर्यायवाची : দেখুৱা