पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দেশ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দেশ   বিশেষ্য

अर्थ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র

उदाहरण : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে

पर्यायवाची : প্রদেশ, প্রান্তৰ, ৰাজ্য

अर्थ : কোনো দেশৰ প্রশাসনীয় দল বা চৰকাৰ

उदाहरण : দেশে অতি সোনকালেই কেইখনমান নতুন আঁচনি আৰম্ভ কৰিব

पर्यायवाची : চৰকাৰ, ৰাষ্ট্র

अर्थ : এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ

उदाहरण : চাৰিওফালে মিছাৰ ৰাজ্য

पर्यायवाची : সাম্রাজ্য, স্থলী, ৰাজ্য

अर्थ : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ

उदाहरण : ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়

पर्यायवाची : ৰাষ্ট্র

अर्थ : কোনো দেশত বাস কৰা লোক

उदाहरण : গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল

पर्यायवाची : ৰাষ্ট্র

अर्थ : আপুনি বাস কৰা দেশ, প্রদেশ, জিলা, ক্ষেত্র, চহৰ গাঁও আদি

उदाहरण : ভাৰত মোৰ দেশ

पर्यायवाची : গৃহভূমি

चौपाल