अर्थ : যি দেশৰ প্রতি দ্রোহ কৰিছে
उदाहरण :
সতর্ক্্তা অৱলম্বন কৰি দেশদ্রোহীৰ ষড়যন্ত্র বিফল কৰিব পৰা যায়
पर्यायवाची : ৰাজবিদ্রোহী, ৰাষ্ট্রদ্রোহী
अर्थ : যিয়ে দেশৰ প্রতি বিদ্রোহ কৰিছে
उदाहरण :
দেশদ্রোহী ব্যক্তিয়ে মৃত্যুদণ্ডৰ শাস্তি পোৱা উচিত
पर्यायवाची : ৰাষ্ট্রদ্রোহী