अर्थ : দোকান পৰিচালনা কৰা কাম
उदाहरण :
মোহনে দোকানী কাম কৰি ভাল টকা উপার্জন কৰে
पर्यायवाची : দোকানদাৰী
अर्थ : যিয়ে কোনো বস্তু আদি বিক্রী কৰে
उदाहरण :
তেওঁ খুচুৰা বস্তুৰ বিক্রেতা
पर्यायवाची : বিক্রী কৰোঁতা, বিক্রেতা, বেচোঁতা