सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিটো কামত নিয়ম উলংঘা কৰিলে কৰোতাক আইনমতে দণ্ড বিহিব পাৰে
उदाहरण : প্রকৃতি ধ্বংস কৰা এক অপৰাধ চোৰ কৰা এক অপৰাধ
पर्यायवाची : অধর্ম, অপৰাধ, কলুষ, পাতক, পাপ
अर्थ : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া
उदाहरण : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা
पर्यायवाची : অনুযোগ, অভিযোগ, দায়ীকৰা-, দোষাৰোপ, দোষাৰোপণ, দোষীকৰা-, নালিছ
अर्थ : যিটো গুণ ভাল নহয়
उदाहरण : মানুহে বদগুণৰ পৰা আঁতৰি থাকিব লাগে
पर्यायवाची : কদভ্যাস, দুর্গুণ, বদগুণ, বদভ্যাস
इंस्टॉल करें