पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দোষাৰোপ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দোষাৰোপ   বিশেষ্য

अर्थ : কাৰোবাৰ ওপৰত কোনো দোষ লগোৱা কার্য ্বা এওঁ অমুক দোষ বা অপৰাধ কৰিছে বুলি কাৰোবাৰ ওচৰত কোৱা কার্য

उदाहरण : অনাহকতে কাকো দোষাৰোপ কৰা উচিত নহয়

पर्यायवाची : দোষাৰোপন

अर्थ : অভিযুক্তৰ ওপৰত দোষ প্রমাণিত হোৱা সিদ্ধান্ত

उदाहरण : দোষাৰোপৰ পিছত অভিযুক্তক চাৰি বছৰৰ কাৰাদণ্ড বিহা হʼল

पर्यायवाची : দোষনিৰ্ণয়

अर्थ : এওঁ এইদৰে কৰিছে বুলি কাৰোবাৰ বিষয়ে কোৱা:দুর্নীতিৰ অভিযোগত তেওঁক নিলম্বিত কৰা হৈছে

उदाहरण :

पर्यायवाची : অনুযোগ, অভিযোগ, দোষাৰোপন, দোষী, নালিছ

अर्थ : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া

उदाहरण : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা

पर्यायवाची : অনুযোগ, অভিযোগ, দায়ীকৰা-, দোষ, দোষাৰোপণ, দোষীকৰা-, নালিছ

चौपाल