सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নিজৰ ৰক্ষাৰ কাৰণে কাৰোবাক চিঞৰি মতা কার্য
उदाहरण : মহিলাগৰাকীয়ে ন্যায় লাভ কৰিবৰ কাৰণে ৰজাক অনুনয়-বিনয় কৰিলে
पर्यायवाची : অনুনয়-বিনয়
अर्थ : অজুহাত দেখুওৱা কার্য ্ বাকোনো কাম নকৰিবৰ কাৰণে মিছা কাৰণ দেখুওৱা ক্রিয়া
उदाहरण : সৰু লʼৰা-ছোৱালীয়ে স্কুল নাযাবলৈ বিভিন্ন অজুহাত দেখুৱায়
पर्यायवाची : অচিলা, অজুহাত, আপত্তি, ওজৰ, ওজৰ-আপত্তি, কাৰণ, চেলু, বাহনা, বিনাকাৰণ, লেচু
इंस्टॉल करें