सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি মন্দিৰত কোনো দেৱতাৰ মূর্তি বা মূর্তি স্থাপন কৰি পূজা কৰা হয়
उदाहरण : তেওঁ ্সদায় গা-পা ধুই দেৱালয়লৈ যায়
पर्यायवाची : দʼল, দেৱ-গৃহ, দেৱ-দৌল, দেৱ-মন্দিৰ, দেৱগৃহ, দেৱদৌল, দেৱমন্দিৰ, দেৱালয়, দেৱায়তন, মন্দিৰ
अर्थ : দেৱ-দেৱী আদিৰ মূর্তি স্থাপন কৰি পূজা-উপাসনা কৰা গৃহ
उदाहरण : তেওঁ নিতৌ স্নান কৰি মন্দিৰলৈ যায়
पर्यायवाची : দʼল, দেৱগৃহ, দেৱালয়, ধর্মমন্দিৰ, মন্দিৰ
अर्थ : অনেক ৰং থকা
उदाहरण : দৌল এক বাৰেৰহনীয়া উৎসৱ
पर्यायवाची : দৌল উৎসৱ, দৌলোৎসৱ, ফল্গুৎসৱ, ফাকুৱা
इंस्टॉल करें