पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से দৌৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

দৌৰা   বিশেষ্য

अर्थ : দৌৰ মৰা কার্য ্বা ভাব

उदाहरण : দৌৰাৰ পিছত অলপ আৰাম কৰা উচিত

দৌৰা   ক্ৰিয়া

अर्थ : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা

उदाहरण : এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ

पर्यायवाची : ঘূৰা, লৰা-ঢপৰা কৰা

अर्थ : বৰ সঘনাই ভৰি দাঙি যোৱা

उदाहरण : মেকুৰীজনীয়ে নিগনিটো দেখিয়েই তাৰফালে দৌৰিলে

पर्यायवाची : দৌৰ মৰা, লৰ মৰা

দৌৰা   বিশেষণ

अर्थ : ভৰিৰে অতি বেগাই যোৱা

उदाहरण : তেওঁ দৌৰা লʼৰাটোক ধৰিবলৈ অসমৰ্থ হʼল

चौपाल