सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বিশ আৰু দুইক যোগ কৰিলে পোৱা সংখ্যা
उदाहरण : এঘাৰ আৰু এঘাৰ মিলি বাইশ হয়
पर्यायवाची : একুৰি দুই, বাইশ
अर्थ : বিশ আৰু দুই
उदाहरण : নিজৰ কাব্য প্রতিভাৰ কাৰণে শ্যাম বাইশ বছৰ বয়সতে প্রসিদ্ধ হৈ পৰিল
पर्यायवाची : দ্বা-বিংশ, দ্বা-বিংশতি, দ্বাবিংশ, বাইশ
इंस्टॉल करें