सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : দ্রৱত কোনো বস্তু মিহলি হোৱা কার্য
उदाहरण : পানীত চেনি দ্রৱীভূত কৰি চৰবত তৈয়াৰ কৰা হয়
अर्थ : যি দ্রৱৰ দৰে পাতল হৈ পৰিল বা গলিত
उदाहरण : পর্বতৰ গলিত হিমৰ বাবে সমুদ্রৰ স্তৰ বৃদ্ধি পায়
पर्यायवाची : গলিত, দ্রৱিত
अर्थ : দয়াৰে পৰিপূর্ণ ্হোৱা
उदाहरण : ৰমেশৰ দশা দেখি মোহনৰ হৃদয় বিগলিত হৈ উঠিল
पर्यायवाची : বিগলিত
इंस्टॉल करें