सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
उदाहरण : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
पर्यायवाची : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দৰদ, পুতৌ, প্রসাদ, বেথা, মমতা, মেহেৰবানি
अर्थ : আপোন ব্যক্তি বা নিজতকৈ দুর্বল ব্যক্তিক দুখী বা পীড়িত দেখি ্তেওঁলোকৰ দুখ আদি দূৰ কৰা আচৰণ
उदाहरण : ঈশ্বৰৰ দয়া আমাৰ সকলোৰে ওপৰত বর্তি আছে
पर्यायवाची : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, ৰহম
इंस्टॉल करें