अर्थ : যিজনে ধনু লৈ থাকে
उदाहरण :
ঋষিয়ে সাধুবেশী দুজন ধনুর্ধৰক বনত ঘূৰি ফুৰা দেখিলে
पर्यायवाची : ধনুর্ধাৰী
अर्थ : ধনু ধাৰণ কৰোতা
उदाहरण :
মহাভাৰতৰ যুদ্ধচ ধনুর্ধৰ অর্জুনে পাণ্ডৱক বিজয়ী কৰাত বিশেষ ভূমিকা গ্রহণ কৰিছিল
पर्यायवाची : ধনুর্ধাৰী