सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বিশেষ কামৰ কাৰণে একগোট বা জমা কৰা ধন
उदाहरण : গ্রাম্যাঞ্চলৰ বিকাশৰ কাৰণে দিয়া নিধিৰ অপপ্রয়োগ কৰা হৈছে
पर्यायवाची : নিধি, ফাণ্ড
अर्थ : লেন-দেন আদি বিশেষ কামৰ কাৰণে দিয়া বা প্রাপ্য নিশ্চিত ধন
उदाहरण : বেংকৰ পৰা এতিয়ালৈকে আপুনি কিমান ধন লাভ কৰিছে
पर्यायवाची : ধন, ধন ৰাশি
इंस्टॉल करें