अर्थ : ভয়, দুর্বল্্তা, জ্বৰ আদিৰ বাবে হৃদয় ধক-ধক কৰা বা স্পন্দিত হোৱা
उदाहरण :
ক্রোধিত হʼলে হৃদয় জোৰেৰে ধপধপায়
पर्यायवाची : স্পন্দিত হোৱা
अर्थ : ভয়, উদ্বেগ আদিৰ কাৰণে হৃদয়ৰ গতি তীব্র হোৱা
उदाहरण :
পুলিচক দেখিয়েই চোৰটোৰ বুকু ধপধপাবলৈ ধৰিলে