अर्थ : ডাবি-ধমকি দিয়া কার্য
उदाहरण :
ইমান ডবিওৱাৰ পিছতো ৰামে নিজৰ মনৰ মতেই কৰিলে
पर्यायवाची : ডবিওৱা, ডাবি-ধমকি দিয়া
अर्थ : ধমকি দি ভয় খুওৱা
उदाहरण :
এটা লʼৰাই মোৰ সৰু ভাইটিক ধমকি দিছিল
पर्यायवाची : ধমকি দিয়া, হুমকি দিয়া