पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ধীৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ধীৰ   বিশেষণ

अर्थ : যি চঞ্চল নহয়

उदाहरण : মানুহজন গম্ভীৰ স্বভাৱৰ

पर्यायवाची : অচঞ্চল, অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, সুগম্ভীৰ, স্থিৰ

अर्थ : যাৰ শক্তি আৰু গতি কমি গৈছে

उदाहरण : তেওঁ ধীৰ গতিৰে গাড়ী চলাই আছে

पर्यायवाची : মন্থৰ, মন্দ, মেদা, লেদা, লেহেম, শ্লথ

अर्थ : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে

उदाहरण : ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে

पर्यायवाची : ধীৰ-স্থিৰ, ধৈর্যশীল, শান্ত, ্ধৈর্যব্ান

अर्थ : যাৰ কোনো কাৰণত শিথিলতা আহি পৰিছে

उदाहरण : তেওঁ ্উদাস হৈ ধীৰ গতিৰে আগুৱাই গৈ আছিল

पर्यायवाची : মন্থৰ, শিথিল

चौपाल