अर्थ : যি তীব্র বতাহৰ লগত বৰষুণো আহে
उदाहरण :
হস্ত নক্ষত্র উঠোতেই বতাহ-বৰষুণ আৰম্ভ হʼল
पर्यायवाची : বতাহ-বৰষুণ
अर्थ : অতিপাত বৰষুণ আৰু ধূলি-বালি উৰি হোৱা ধুমুহা-বতাহ
उदाहरण :
ৰাতি অহা ধুমুহা-বৰষুণে মানুহৰ সা-সম্পত্তিৰ যথেষ্ট ক্ষতি কৰিলে
पर्यायवाची : তুফান