सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰত পোৱা মাটি, বালি আদিৰ মিহি, শুকান গুড়ি
उदाहरण : শিশুবোৰে এটাই আনটোৰ গাত ধূলি ছটিয়াইছে
पर्यायवाची : ধূলা, ৰজ
अर्थ : বতাহত উৰি থকা ধূলিকণা
उदाहरण : ধূলিৰ পৰা বাচিবৰ বাবে তেওঁ ্চচমা পিন্ধিছে
पर्यायवाची : ধূলা
इंस्टॉल करें