अर्थ : ধোঁৱা বৰণৰ
उदाहरण :
কুঁৱলীৰ কাৰণে সকলো ধূসৰ দেখা গৈছে
अर्थ : ধূলি লগা বা ধূলি সনা
उदाहरण :
খেতিয়কজনে ধূলিধূসৰিত ধুতিখন পিন্ধি আছে
पर्यायवाची : ধূলি ধূসৰ, ধূলিধূসৰিত
अर्थ : ধূলিৰে ভৰি থকা
उदाहरण :
ধুমুহা অহাৰ লগে লগেই গোটেই পৰিৱেশ ধূলিময় হৈ পৰিল
पर्यायवाची : ধূলিধূসৰিত, ধূলিময়, ধূসৰিত