अर्थ : ধোৱা কাম
उदाहरण :
গীতাই কাপোৰ ধুই আছে
अर्थ : ধোৱা কাম
उदाहरण :
শ্রমিকবোৰে ইটাবোৰ ধোৱা কাম কৰি আছে
अर्थ : কাপোৰ চফা কৰা কার্য
उदाहरण :
শীলাই কাপোৰ ধুই আছে
अर्थ : পানী, চাবোন আদিৰে কাপোৰ আদি চফা কৰা কার্য
उदाहरण :
এচামোচ পাউদাৰেৰে ইমান সোপা কাপোৰ ধোৱা হʼল
अर्थ : পানী, চাবোন আদিৰে চফা কৰা বা ধোৱা
उदाहरण :
আজিকালি মেচিনত কাপোৰ ধোৱা হয়
अर्थ : পানী বা কোনো তৰল পদার্থৰ ্ সহায়ত কোনো বস্তুৰ পৰা ময়লা, ধূলি আদি ্ আঁতৰোৱা কার্য
उदाहरण :
শ্যামাই সাধুজনৰ ভৰি ধুই দিছে
पर्यायवाची : ধুই দিয়া, পখালা, পখালি দিয়া
अर्थ : বাচন-বর্তন, ্কাপোৰ আদি পানীত ধোৱা
उदाहरण :
তেওঁ ্কাপোৰখন ধুলে আৰু শুকাবৰ কাৰণে ৰʼদত মেলি দিলে
पर्यायवाची : ধোৱা-পখলা কৰা, প্রক্ষালন কৰা